♥ মিত্ৰতা দিৱসঃ আগষ্টৰ প্ৰথম দেওবাৰ ।। ⛔ National Friendship day: ( first Sunday of August)
★বন্ধুত্ব দিৱসৰ ইতিহাসঃ●🚻
১৯৩০ চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েচ হলে বন্ধুত্ব দিৱস আৰম্ভ কৰিছিল। বহুতে আগষ্টৰ প্ৰথম দেওবাৰে বন্ধু সকললৈ কাৰ্ড পঠাইছিল। কিন্তু বন্ধুত্ব দিৱসৰ ইতিহাস মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ হয়।
১৯৩৫ চনত মাৰ্কিন কংগ্ৰেছে ঘোষণা কৰে যে প্ৰতি আগষ্টৰ প্ৰথম ৰবিবাৰ বন্ধুত্ব দিৱস হিচাপে পালন কৰা হ'ব। সেইদিনাৰ পৰা বন্ধুত্ব দিৱস জাতীয় উদযাপিত দিনবোৰৰ ভিতৰত অন্যতম ৰূপে স্বীকৃতি পায়। অতি শীঘ্ৰে ই জনপ্ৰিয় হৈ পৰে আৰু আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ৰূপ লাভ কৰে।
আন্তৰ্জাতিক বন্ধুত্ব দিৱসৰ ধাৰণাটো ১৯৫৮ চনৰ ২০ জুলাই ডঃ আৰ্টেমিঅ ব্ৰাচ'(Artemio Bracho) দ্বাৰা প্ৰস্তাৱিত হয়। তেওঁ তেতিয়া তেওঁৰ বন্ধু সকলৰ লগত পুয়েৰ্তো পিনাক্স'ত (আচোনচিয়ন, পাৰাগুৱেৰ পৰা প্ৰায় ২০০ মাইল দূৰত নদীৰ পাৰত অৱস্থিত এখন চহৰত ৰাতিৰ আহাৰ খাই আছিল।) বন্ধুত্ব দিৱস বিভিন্ন দেশত বিভিন্ন তাৰিখে পালন কৰা হয়।
১৯৫৮ চনত প্ৰথম আন্তৰ্জাতিক বন্ধুত্ব দিৱস ৩০ জুলাই কৰাৰ বাবে প্ৰস্তাৱিত হৈছিল। ২৭ এপ্ৰিল ২০১১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ৩০ জুলাই Official International Friendship Day ঘোষিত হয়৷
❄ ভাৰতসহ কিছু দেশত আগষ্ট মাহৰ প্ৰথম দেওবাৰটো বন্ধুত্ব দিৱস হিচাপে উদযাপন কৰা হয় ||©সু●
Friendship day is known to have first originated from Hallmark cards, by Joyce Hall, in 1930. The United Nations declared July 30 as the official International Friendship Day. In India, the day is marked on the first Sunday of August.
Every year on the first Sunday of August, National Friendship Day is celebrated in India. It celebrates the importance of platonic relationships and how it shapes us as people.
Friendships could be the purest form of human relationships, friends being considered the family you choose since they’re not strung together by bonds of blood, but one of love. Friendship Day is celebrated around the world where friends usually tie a friendship band on each other’s wrists and promise to be BFFs (Best Friends Forever).
Friendship Day was first proposed in Paraguay in 1958 as International Friendship Day and this year it was celebrated on July 30. The day is known to have first originated from Hallmark cards, by Joyce Hall, in 1930. The United Nations declared July 30 as the official International Friendship Day. In India, the day is marked on the first Sunday of August.
In 1998, Nane Annan, wife of former UN Secretary-General Kofi Annan, declared the lovable Disney character Winnie the Pooh as the global Ambassador of Friendship at the UN.●
Comments
Post a Comment