০৯আগষ্টঃ International Day of World’s Indigenous People. আজি বিশ্বৰ খিলঞ্জীয়া লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস |
বিশ্বৰ খিলঞ্জীয়া লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস প্ৰতিবছৰৰ ৯ আগষ্টত পালন কৰা হয়। গোটেই বিশ্বজুৰি এই দিৱস পালন কৰা হয়।
অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ নাই, গতিকে আমাক এনে এখন আইন লাগে যিখন আইনৰ জৰিয়তে অসমৰ মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ অসমীয়াৰ হাতত থাকে।
◆ইতিহাস আৰু অন্যান্যঃ
২০০৭ চনত ৰাষ্ট্ৰসংঘই ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় নীতি পৰিচালনাৰ বাবে "খিলঞ্জীয়া লোকৰ অধিকাৰৰ ঘোষণাপত্ৰ" (Declaration on the Rights of Indigenous Peoples; UNDRIP) জাৰি কৰে য'ত খিলঞ্জীয়া লোকৰ সংস্কৃতি, পৰিচয়, ভাষা আৰু কৰ্মসংস্থান, স্বাস্থ্য, শিক্ষা আৰু প্ৰাকৃতিক সম্পদৰ প্ৰতি অধিকাৰ কথা উল্লেখ কৰা হয়। এক সমীক্ষা অনুসৰি খিলঞ্জীয়া লোকৰ মুঠ জনসংখ্যা ২২ৰ পৰা ৩৫ কোটি বুলি অনুমান কৰা হৈছে।
বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ অভিব্যক্তিক গোটেই বিশ্বৰ আগত দাঙি ধৰিবলৈ এই দিৱস পালন কৰা হয়। ইয়াৰ লগতে বিশ্বৰ বিভিন্ন সমস্যাৰ প্ৰতি খিলঞ্জীয়া লোকসকলে আগবঢ়োৱা অৱদান আৰু পৰিৱেশতন্ত্ৰৰ সমস্যা সমাধানৰ হকে কাম কৰা ভূমিপুত্ৰ সকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই দিৱসৰ সূচনা কৰা হৈছিল। ১৯৮২ চনত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া জনসংখ্যাৰ কাৰ্যকৰী গোট আৰু মানৱ অধিকাৰৰ প্ৰচাৰ আৰু সংৰক্ষণ উপপৰিষদে এই দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল। ১৯৯৪ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা এই দিৱস উদযাপনৰ প্ৰস্তাৱ গৃহীত কৰিছিল। ভূমিপুত্ৰ সকলে পৃথিৱীৰ আনুমানিক ৭,০০০ ভাষাৰ গৰিষ্ঠ সংখ্যক আৰু ৫,০০০ বিভিন্ন সংস্কৃতিক প্ৰতিনিধিত্ব কৰে।।
---
★ Indigenous Peoples Day history:::
International Day of World’s Indigenous People is to promote and protect the rights of the world’s indigenous people. It is a day to recognise achievements and contributions people make to improve world issues such as environmental protection. The first International Day of the World’s Indigenous People was observed in Geneva in 1982 to mark the first meeting of the UN Working Group of Indigenous people.
The day was then articulated in 1994, to be glorified every year. After they completed a decade of celebrations, their main objective was to rejuvenate international cooperation for solving issues faced by indigenous people. The issues that were solved were mainly from areas such as education, culture and economic development. The United Nations have also taken several measures to protect the right of the indigenous people.
●Understand the importance of culture and promote cooperation.
●Share global knowledge and follow cultural ethics.
●Combine languages and recognise the system.
●Amplify new concepts to cherish growth and development.
●Support struggle and satisfy requirements.
The indigenous people still have inadequate access to health care, considerably increased disease levels, lack of access to basic facilities, sanitation and other primary preventive steps, such as clean water , soap, disinfectant and so forth. Likewise, most local medical facilities are still under-equipped and under-employed. Even if indigenous people can access health care, they can face prejudice and stigma. A crucial element is the provision, as relevant to the particular circumstance of indigenous peoples, of services and facilities in indigenous languages.
.
According to the International Labor Organization, there are some 476,6 million indigenous people in 90 countries worldwide, belonging to 5,000 ethnic communities.
In order to raise awareness of the needs of indigenous people, the International Day of the World’s Indigenous Peoples is celebrated every 9 August. They need us particularly now. We need the traditional wisdom, voices and awareness of the indigenous peoples particularly now.
___
On 9 August every year, the International Day of the World’s Indigenous Peoples is observed to raise awareness and to defend the rights of indigenous people around the world. This event also honors the accomplishments and sacrifices made by indigenous people to solve world issues such as the conservation of the environment.
The International Day of the Indigenous Peoples was declared for the first time in December 1994 by the General Assembly of the United Nations which was held each year during the first International Decade of the Indigenous Peoples of the World (1995-2004).
-----
সংক্ষিপ্ত...
★ খিলঞ্জীয়াসকলৰ অধিকাৰৰ প্ৰতি সজাগ কৰিবলৈকে এই দিৱস উদযাপন কৰা হয়।
★ Human Rights protection ৰ বাবে 1994 চনৰ 23 ডিচেম্বৰত ৰাষ্ট্ৰসংঘই আজিৰ দিনটো অৰ্থাৎ 9 আগষ্ট তাৰিখটো প্ৰতি বছৰে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
★ খিলঞ্জীয়াসকল হৈছে First people বা Native people বা Indigenous people.
★ বৰ্তমান সমগ্ৰ বিশ্বৰ 90 খন দেশত খিলঞ্জীয়াৰ সংখ্যা প্ৰায় 370 নিযুত।
অৰ্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ শতকৰা প্ৰায় 5 ভাগ।
★ শতকৰা প্ৰায় 70 ভাগ খিলঞ্জীয়াই বাস কৰে এছিয়া মহাদেশত ।
★★ 2007 চনৰ 13 ছেপ্টেম্বৰত 143 খন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত ৰাষ্ট্ৰসংঘই খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ বাবে এখন চনদ প্ৰস্তুত কৰিছিল আৰু সেই চনদৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় হৈছেঃ----
● ব্যক্তি স্বাধীনতাৰ অধিকাৰ ।
● আত্মনিয়ন্ত্ৰণৰ অধিকাৰ ।
● জাতীয়তাৰ অধিকাৰ।
● পৰম্পৰাগতভাৱে দখল কৰি থকা মাটি আৰু সম্পদৰ অধিকাৰ ইত্যাদি।
Comments
Post a Comment