কথ্য - অকথ্য



নেতাজীৰ মন্ত্ৰ "জয় হিন্দ" আজি সমগ্ৰ ভাৰতত উচ্চাৰণ হ'ল ।
তাকো চৰকাৰী পক্ষৰ মুখত...। কিন্তু নেতাজীৰ মৃত্যু ৰহস্যৰ বিষয়ত দিয়া গোচৰ আজিলৈকে মীমাংসা নহ'ল ।
এতিয়া তেওঁৰ মন্ত্ৰকেই বছৰৰ দুটা দিনত নেতাৰ মুখে- মুখে ওলায় ।

( দেশৰ ৰাষ্ট্ৰীয় সংগীতত অসম আৰু ব্ৰহ্মপুত্ৰৰ নাম আছিল ।কিন্তু সেয়া মচি উঠাই দিয়া হ'ল । )-- এই বিতৰ্কও মাজে - মাজে শুনিবলৈ পোৱা হয় ।
নাপাহৰিব ।

এনেকুৱা এটা দিনতে এজাক নৰপিশাচে ধেমাজিত কাঢ়ি নিছিল কেইবাটিও ফুলকুমলীয়া জীৱন ।
আজি উত্তোলিত নতুন ত্ৰিৰংগা কাইলৈ অৰ্ধনৰ্মিত থাকিব ।
অসমে পালন কৰিব কাইলৈ শোক দিৱস ।
নাপাহৰিব ।
আমি স্বাধীন...!

Comments

Popular posts from this blog

বৰভেটিঃ ইতিহাস, পৰম্পৰা আৰু একতাৰ নিদৰ্শন...

নাঙল ধোৱা পৰ্বঃ বা নাঙল ধোৱা উৎসৱঃ

কাতি বিহু , তুলসী জন্ম কাহিনী আৰু ঔষধি গুণ...