০৯আগষ্টঃ International Day of World’s Indigenous People. আজি বিশ্বৰ খিলঞ্জীয়া লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস |
বিশ্বৰ খিলঞ্জীয়া লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস প্ৰতিবছৰৰ ৯ আগষ্টত পালন কৰা হয়। গোটেই বিশ্বজুৰি এই দিৱস পালন কৰা হয়। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ অধিকাৰ,...