বিজয় দিৱস ,১৬ডিচেম্বৰঃ ( ৩/১২/১৯৭১- ৰ পৰা ১৬/১২/১৯৭১ লৈ সংঘটিত ভাৰত-পাক যুদ্ধৰ বিজয় দিৱসত দেশৰ বীৰ সেনালৈ শ্ৰদ্ধাঞ্জলিৰে...)
১৬ডিচেম্বৰঃ ১৯৭১ চনত তৎকালীন পূব পাকিস্তান আৰু (পশ্চিম) পাকিস্তানৰ মাজত প্ৰায় ৯ মাহ ধৰি চলা এক সশস্ত্ৰ সংগ্ৰাম। পূব পাকিস্তানৰ হৈ এই যুদ্ধত ১৯৭১ চনৰ ৩ ডিচেম্বৰ...